মহৎ লোকৰ বাণী অসমীয়া ভাষা
আব্ৰাহান লিংকন
"জগতত জীয়াই থাকিবলে প্ৰেম
আৰু সাহস অতি প্ৰয়োজন।।
________
মিল্টন
"এখনি ভাল কিতাব নষ্ট কৰা
আৰু এজন মানুহক মাৰি পেলোৱা
একে কথা।।"
__________
এইচ.জি. বন
দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু
যাওঁতে খোজ কাঢ়ি গুচি যায়।।
__________
নেহৰুৰ
"গীতা বিপদ আপদৰ বন্ধু ৰাজনৈতিক
আৰু সামাজিক আন্দোলনৰ শান্তি
দাতা আৰু মানুহৰ মনৰ ভাব চিন্তাৰ ফল দাতা।।
------------------
এডৱাৰ্ড মন্টেগু
"মিছা সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু
মিছা পৰিহাৰ কৰি বিপদৰ সম্মুখীন হলে অসীম আনন্দ পোৱা যায়"।।
---–--–--–-–-------
---–--–--–-–-------
নেহৰু
"জীৱনটোত যদি ঘাট প্ৰতিঘাতেই নাথাকে তেন্তে
সেইটো জীৱনেই হব নোৱাৰে । জীৱনটো হৈছে
এটা কলা । ই কোলাকাৰ ৰূপে বিৰাজিত । আশা
আৰু আকাংশৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ ।
ইয়াৰ অবিহনে জীৱনৰ গীত মৰহি শুকাই।।"
____________
Comments
Post a Comment