হিমন্ত বিশ্ব শৰ্ম্মা লৈ মুকলি প্ৰত্যাহ্বান*
*হিমন্ত বিশ্ব শৰ্ম্মা লৈ মুকলি প্ৰত্যাহ্বান* ------ শিক্ষা বাদে আন আন বিভাগত Appointment লাগে ।।।
আপুনি নিজকে সফল দক্ষ মন্ত্ৰী হিচাপে পৰিচয় দিবলৈ আপোনাৰ হাতত বাকী আছে কেৱল শিক্ষা বিভাগ হে নেকি ? 9 টাকৈ বিয়াগোম বিভাগ অকলে চম্ভালি আপুনি কোনটো কোনটোত সফল ? কেৱল শিক্ষা বিভাগৰ TET পাছ কৰা প্ৰাৰ্থী বাহিৰে আপুনি কাক ক'ত নিযুক্তি দিব পাৰিছে ।
TET.....
1. এই TET ৰ বাবে কৃতিত্ব আপুনি বা আপোনাৰ BJP চৰকাৰ নহয় ।
2. TET সৃষ্টি কৰাৰ গৰাকী হ'ল সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ কেবিনেটৰ । অৰ্থাৎ Congress ৰ অৱদান ।
3. এতিয়া TET নিযুক্তি আপুনি নালাগে বেলেগ শিক্ষামন্ত্ৰী এজনেও পাৰিব । RTE Act 2010 অধীনত । আইন congresse বনাই থৈ গৈছে । ই গোটেই দেশতে হৈ আছে ।
4. বাৰে বাৰে 6000-10000 TET নিযুক্তি নাম লৈ 70% দিয়া খিনিকে ঘুৰাই ঘুৰাই দি আছে । selection District সলনি হৈছে মাথো ।
5. অসমত আপুনি এনে এটা ধাৰণা দিছে অন্ধভক্ত সকলক যেন TET আপুনি হে বনালে । হায়!
মহাশয় কণা সকলক অন্ধ সাজক । বিজ্ঞ সমাজে আপোনাৰ চেহেৰা পৰিবৰ্তন ঠিকেই ধৰিব পাৰিছে ।
1. TET ৰ বাদে আন নিযুক্তি মেলা পাতি দেখুৱাওক আপোনাৰ দক্ষতা । নোৱাৰে যদি বাকী বিভাগ এৰি দিয়ক ।
2. মেডিকেলত লৰা ছোৱালী পঢ়া চিটৰ কাৰণে Highcourt পালেগৈ । NRHM অধীনত ডেৰবছৰত নাৰ্চৰ চাকৰি কেইটাকে দিব পৰা নাই আজিলৈ ওলমি আছে ।
3. TET বাদেঅসম চৰকাৰৰ আন আন বিভাগ বোৰত চাকৰি লাগে নিযুক্তি মেলা পাতি ।
4. Tet বাদে আপুনি আপোনাৰ অধীনৰ অন্য 9 টা বিভাগৰ নিযুক্তি মেলা কেতিয়া পাতিব । নে congressr সেই মহা অৱদান TET ৰ বাবে আপুনি শিক্ষা বিভাগ টো খামুচি আছে । অন্য বিভাগত নিজাকৈ কৰক কিবা এটা নিবনুৱাৰ কাৰণে ।
5.পাৰিলে forest বা power বিভাগটো চলাওক । গড় হত্যা ৰোধ কৰাত দক্ষতা দেখাওক । কাৰেন্টত বহু মানুহৰ প্ৰাণ গল এইবছৰ । appoinmnt এই দুটা বিভাগতো লাগে অসমৰ নিবনুৱাক ।
শিক্ষক আৰু চিকিৎসক হব নিবিচৰা সকলক আন আন বিভাগত নিযুক্তি দুৱাৰ খুলি দিয়ক । congresse দি যোৱা TET লৈ ৰাজহুৱা ভাৱে নিজৰ প্ৰচাৰ কৰি আপুনি অন্ধভক্ত আৰু নিজকে মূৰ্খ সজাইছে । InterNet ত বা postal ত কৰা কামটো গুৱাহাটীত মাটি নি বিলাই দি ফোপজহী মাৰিছে হয় কিন্তু TET বাদে আন চাকৰি কাৰণে চৰকাৰৰ মুখলৈ বাট চাই থকা নিবনুৱাৰ দুখ যন্ত্ৰণা বুজিব পৰা নাই ।

Comments
Post a Comment